Breaking

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা…

0 1,022

যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন।

বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনৰ খুন্দা অটোত।

দুৰ্ঘটনাস্থলীত উপস্থিত যান-বাহন শাখাৰ আৰক্ষী। আঘাতপ্ৰাপ্ত চালকজনক JMCHলৈ প্ৰেৰণ।

Leave A Reply