Breaking

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে হাস্পতালত ভৰ্তি…

0 32

মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ উৰণসেতুৰ তলত পথ দুৰ্ঘটনা। পথৰ দাঁতিৰ ৰেলিঙত খুন্দা তীব্ৰবেগী বুলেটৰ।

এজন যুৱক আৰু এগৰাকী যুৱতী আহিছিল বাইকখনত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োকে হাস্পতালত ভৰ্তি। আহত অভিজিৎ দাস আৰু পুষ্পাঞ্জলি ডেকা

Leave A Reply