Breaking

বিলাসীপাৰা বাঙালীপাৰাত মৃতদেহ লৈ পথ অৱৰোধ

0 73

বিলাসীপাৰা বাঙালীপাৰাত মৃতদেহ লৈ পথ অৱৰোধ ৷

দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত আহত হাৰুণ ৰছিদৰ চিকিৎসালয়ত মৃত্যু৷

মছজিদৰ পৰিচালনা সমিতিৰ পদক লৈ হোৱা সংঘৰ্ষত আহত হৈছিল দুটা ফৈদৰ ২০ জন কৈ পুৰুষ মহিলা৷ বাঙালীপাৰা কুদ্দূছী মছজিদ চৌহদত সংঘটিত হৈছিল এই ঘটনা৷

ঘটনাত জড়িত দোষীক গ্ৰেপ্তাৰৰ দাবীত মৃতদেহ লৈ বঙালীপাৰাৰ মুল পথ অৱৰোধ৷ অৱৰোধস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ দোষীক গ্ৰেপ্তাৰৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ৷

Leave A Reply