Breaking

সাগৰৰ পাৰত ৰোমাণ্টিক ৰিম্পী…

0 81

নৱ বিবাহিত দম্পতী ৰিম্পী দাস আৰু বিনয় তালুকদাৰ ব্যস্ত ভ্ৰমণত ।

কেৰেলাৰ কচ্চিত মধুৰ সময় অতিবাহিত কৰিছে স্বামী স্ত্ৰীয়ে

প্ৰতিটো দিনে নতুন নতুন ফটো সমূহ ইনষ্টাগ্ৰাম আৰু ফেচবুকত শ্বেয়াৰ কৰিছে অভিনেত্ৰী ৰিম্পী আৰু তেওঁৰ স্বামী বিনয়ে ।

সাগৰৰ পাৰৰ ৰোমাণ্টিক ফটো শ্বেয়াৰ কৰিছে কেপচনত লিখিছে এইদৰে – you me and Sea

Leave A Reply