যেতিয়ালৈ ক্ৰিজত বাটলাৰ থাকে, অসম্ভৱ একোৱেই নহয়… । পৰাক্ৰমী BOSS বাটলাৰে অকলেই যুঁজি RRক দিলে জয়ৰ সোৱাদ।
KKRৰ বিৰুদ্ধে অবিশ্বাস্য জয়ৰ পিছত এনেদৰে উল্লাসিত হৈ পৰে বাটলাৰ।
বাটলাৰক অভিনন্দন জনালে শ্বাহৰুখ খানেও। অভিবাদন জনালে RRৰ খেলুৱৈসকলে।