Breaking

সুদীৰ্ঘ ৮ বছৰৰ পিছত ন্যায় পালে ৰুণঝুনৰ পৰিয়ালে

0 97

সুদীৰ্ঘ ৮ বছৰৰ পিছত ন্যায় পালে ৰুণঝুনৰ পৰিয়ালে।বিলাসীপাৰা জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান।চাপৰৰ ৰুণঝুণ লোমহৰ্ষক হত্যা কাণ্ডৰ ৬ অপৰাধীক যাবজ্জীবন কাৰাদণ্ড।সুদীৰ্ঘ ৮ বছৰৰ পিছত ন্যায় পালে ৰুণঝুনৰ পৰিয়ালে।২০১৩ চনৰ ১৬ আগষ্টত চাপৰৰ খেৰডুবীত অতি নিসংশ ভাৱে হত্যা কৰা হৈছিল খেৰডুবীৰ ৰুণঝুণক।

IPC 109/15 ৰ 147/148/149/341/323/ 02/34 ধাৰাৰ অধীনত যাবজ্জীবন কাৰা দণ্ডৰে দণ্ডিত কৰা অপৰাধী কেইজন ক্ৰমে-আমিৰ আলী,বদিয়াৰ জামাল,আব্দুল আৱাল,শাহজামাল সেখ, জয়নাল আবেদিন আৰু ছুৰমান আলী।

Leave A Reply