গ্ৰাম্যৰ্থ

আজি “বিশ্ব দুগ্ধ দিৱস”

প্ৰতিবছৰে ১জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস হিচাপে পালন কৰা হয়৷ সংযুক্ত ৰাষ্ট্ৰৰ 'ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে' ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে এই দিনটোক...

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক...

একেৰাহে হোৱা ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ বহু অঞ্চল প্লাৱিত কৰি তোলাৰ লগতে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে।

আজি পুৱাই মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় অতুল বৰাজিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিতমন্ত্ৰী ডাঃ...

নেৰা -নেপেৰা বৰষুণৰ বাবে পথাৰতে পচিছে শস্য

এফালে নিতৌ প্ৰয়োজনীয় সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। আনফালে প্ৰকৃতিৰ ৰোষত কৃষক।যোৱা কিছু দিন ধৰি ৰাজ্যত হৈ থকা নেৰা -নেপেৰা বৰষুণৰ ফলত...

স্বাধীনতা আন্দোলনৰ শ্বহীদ কমলা মিৰিৰ জন্ম গাঁওত পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন …..

বোকাখাত মহকুমাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ গোলোং টেমেৰাত অৱস্থিত শ্বহীদ কমলা মিৰি স্মৃতি উদ্যানত ভাৰত স্বাধীনতা সংগ্ৰামৰ আপোচহীন সংগ্ৰামী বীৰ শ্বহীদ কমলা মিৰিৰ স্মৃতি সুৰক্ষিত আৰু ...

Popular