Breaking

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি,বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য

0 2,066

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি স্বৰূপে বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য।১৪ বছৰৰ অভিলেখ ভংগ কৰি খাৰুৱা তেলৰ মূল্য ১৩৯ ডলাৰ পাৰ।১৪ বছৰৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্য হ’ল গৈ ১৩৯ ডলাৰৰো ওপৰ। দেওবাৰে প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হৈছিল গৈ ১৩৯.১৩ ডলাৰ ।আনহাতে ইয়াৰ পূৰ্বে ২০০৮ বৰ্ষৰ জুলাই মাহত প্ৰতি বেৰল খাৰুৱা তেলৰ মূল্যই আকাশ চুইছিল।বিশেষজ্ঞৰ মতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘাত অব্যাহত থাকিলে আগন্তুক সময়ত খাৰুৱা তেলৰ মূল্য অধিক বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply