Breaking

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ…

0 128

শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা শ্ৰদ্ধাৰ ৰথীন্দ্ৰ নাথ গোস্বামীদেৱলৈ।তেখেতলৈ অভিনন্দন

শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী, জনপ্ৰিয় শিশু গ্ৰন্থ “চিচিং”ৰ স্ৰষ্টা গোস্বামীয়ে বিজ্ঞান সাহিত্য জনপ্ৰিয় কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে।

তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যচাৰ্য যতীন্দ্ৰ নাথ গোস্বামীদেৱৰ পুত্ৰ।

Leave A Reply