Breaking

ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি কি জান’ৰ দ্বিতীয়টো গীত ‘বিলি বিলি’ মুক্তি…

0 113

ছলমান খানৰ ছবি ‘কিছি কা ভাই কিচি কি জান’ (কিছি কা ভাই কিছি কি জান কভি ঈদ কভি দীপাৱলী)ৰ দ্বিতীয়টো গীত ‘বিলি বিলি’ মুক্তি পালে।

ছলমান খান আৰু পূজা হেগড়েৰ উপৰিও ছবিখনৰ আন বহু তাৰকাইও এই গীতটোত ধুমুহাৰ সৃষ্টি কৰা দেখা গৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো ছলমান খানে ঈদ উপলক্ষে মুক্তি দিছে নিজৰ ছবিখন।

ঈদ উপলক্ষে মুক্তি পাব ‘কিছি কা ভাই কিচি কি জান’। এটা এটাকৈ নিৰ্মাতাসকলে ছবিখনৰ সৈতে জড়িত গীতসমূহ মুকলি কৰি আছে। মাত্ৰ কেইদিনমানৰ আগতে ছলমান খান আৰু পূজা হেগড়েৰ গীতটি ‘নৈয়ো লাগদা’ ওলাইছিল।

Leave A Reply