Breaking

ছলমান খানৰ বহু চৰ্চিত ছবি ‘কিচি কা ভাই কিচি কি জান’ৰ মুক্তি। টুইটাৰ ট্ৰেণ্ডত শীৰ্ষ স্থান দখল কৰিছে ছবিখনে…

0 92

ছলমান খানৰ বহু চৰ্চিত ছবি ‘কিচি কা ভাই কিচি কি জান’ৰ মুক্তি। টুইটাৰ ট্ৰেণ্ডত শীৰ্ষ স্থান দখল কৰিছে ছবিখনে…।বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান অভিনীত কিছি কা ভাই কিচি কি জানে ঈদৰ উফলক্ষে বক্স অফিচত ১০০ কোটি টকা উপাৰ্জনৰ সম্ভাৱনা। যিখন ছবি আজি বিশ্বজুৰি ৫৭০০ পৰ্দাত মুক্তি পাব।

কিচি কা ভাই কিছি কি জানত পূজা হেগডে, ভেংকান্তেশ ডাগ্গুবাটি, শ্বেহনাজ গিল, ৰাঘৱ জুৱেল, সিদ্ধাৰ্থ নিগম, জেছি গিল আৰু জগাপতি বাবুৱেও মূল চৰিত্ৰত অভিনয় কৰিছে। টুইটাৰত ছলমান খানৰ ট্ৰেণ্ড, আজি চিনেমাগৃহত মুক্তি পোৱা কিচি কা ভাই কিছি কি জানে টুইটাৰ ট্ৰেণ্ডত শীৰ্ষ স্থান দখল কৰিছে।

কিচি কা ভাই কিছি কি জানৰ পৰ্যালোচনা, ছলমান খানৰ ছবিখনক ‘ফেণ্টাষ্টিক’ বুলি আখ্যা ট্ৰেড এক্সপাৰ্টৰ।
বাণিজ্য বিশেষজ্ঞ জোগিন্দৰ তুতেজাই টুইট কৰিছে, “কিচি কা ভাই কিচি কি জান – FANTASTIC INTERVAL BLOCK! ছবিখনৰ আৰম্ভণি ভাল।”

ছবিখনে ভাল উপাৰ্জন কৰিব বুলি আশাবাদী অনুৰাগী।

Leave A Reply