Breaking

একতা দিৱস উপলক্ষে সম্বৰ্দ্ধনা জ্ঞাপন

0 2,028

ৰঙিয়াৰ মহখলীস্থিত দক্ষিণ পশ্চিম ৰঙিয়া কৃষ্টি বিকাশ কেন্দ্ৰত চৰ্দাৰ বল্লভ ভাই  পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি একতা দিৱস ৰূপে পালন কৰা হয় ।গুৱাহাটী মালিগাও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থা ৰ সহযোগ ত অনুষ্ঠিত কাৰ্যসূচী ত  অংশগ্ৰহণ কৰা নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ৰূপনাথ দাস ,স্বেচ্ছাসেৱক ৰঞ্জন হাজৰিকা ,প্ৰশিক্ষক হীতেন্দ্ৰ শৰ্মা ,ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী অমূল্য বৈশ্য,ৰঙিয়া মহাবিদ্যালয়ৰ কৰ্মচাৰী অংকুৰ বড়োক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।আনহাতে অনুষ্ঠানত কৃতি ছাত্ৰ পদ্মনাথ দাসেও বক্তব্য ৰাখে ।উল্লেখযোগ্য যে সংস্থা টোৰ উদ্যোগত ১ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ লৈ বিভিন্ন স্থানত স্বচ্ছ অভিযান কাৰ্যসূচী ও ৰূপায়ন কৰা হয় ।

Leave A Reply