Breaking

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ…

0 14

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। আশানুৰূপ ফলাফল লাভ নকৰাসকলক হতাশ নহৈ আগবাঢ়ি যাবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ।

অসমৰ ভিতৰতে বিজ্ঞান শাখাত শীৰ্ষস্থানত তামুলপুৰ জিলা

তামুলপুৰত ৪৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল HS পৰীক্ষাত

প্ৰথম বিভাগত উৰ্ত্তীণ ২১৫ গৰাকী

দ্বিতীয় বিভাগত ২৩৩ গৰাকী

তৃতীয় বিভাগত ৩৬ গৰাকী উৰ্ত্তীণ

১০০% উত্তীৰ্ণৰে অসম জুনিয়ৰ সফলতা অক্ষুন্ন

অসম জুনিয়ৰ কলেজত উৎসৱমুখৰ পৰিৱেশ

মাৰ্ঘেৰিটাৰ এখন অন্যতম শৈক্ষিক প্ৰতিষ্ঠান অসম জুনিয়ৰ কলেজ

বাণিজ্যি আৰু কলা দুয়োটা শাখাতে ১০০ % উত্তীৰ্ণ হ’বলৈ সক্ষম

Leave A Reply