Breaking

বেষ্ট ডেডৰ বেলুনেৰে ছেইফ আলী খানক জন্মদিনৰ শুভেচ্ছা জনালে ছাৰা-ইব্ৰাহিমে…

0 51

বেষ্ট ডেডৰ বেলুন লৈ ছেইফ আলী খানক জন্মদিনৰ শুভেচ্ছা জনালে ছাৰা আৰু ইব্ৰাহিমে। পিতৃৰ জন্মদিনত আটাইতকৈ বিশেষ উপহাৰটো দিলে ছাৰা আৰু ইব্ৰাহিমে।ফটো চাওক-

পিতৃ ছেইফৰ ৫৩ বছৰীয়া জন্মদিনত কন্যা ছাৰা আলী খান আৰু পুত্ৰ ইব্ৰাহিম উপস্থিত হয় ছেইফ আৰু কৰীনাৰ ঘৰত। তেওঁলোকে দেউতাকলৈ আনিছিল এটা বিশেষ উপহাৰ। উপহাৰটো আছিল এটা বেলুন, যাৰ ওপৰত লিখা আছিল – ‘বেষ্ট ডেড’। ‘বেষ্ট ডেড’ বেলুনৰ সৈতে চাৰি সন্তানৰ সৈতে ফটোৰ বাবে প’জ দিলে ছেইফ আলী খানে।

Leave A Reply