Breaking

সৰ্বানন্দ সোণোৱালে আজি দাখিল কৰিব মনোনয়ন পত্ৰ…

0 21

লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত উখল-মাখলৰ পৰিৱেশ।

আজিৰ দিনটোত সৰ্বানন্দ সোণোৱালে দাখিল কৰিব মনোনয়ন পত্ৰ৷

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ৷

উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মিত্ৰদলৰ শীৰ্ষ নেতৃত্ব৷

Leave A Reply