Breaking

সোণতলীৰ ৰাঙ্গাপানীত পথ পকীকৰনৰ দাবীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

0 1,062

সোণতলীৰ ৰাঙ্গাপানীত পথ পকীকৰনৰ দাবীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।৪৬ নং ৰাঙ্গাপানী গাও পঞ্চায়তৰ ১ নং দক্ষিণ ৰাঙ্গাপানী পকী পথৰ ২ নং টুপামাৰী লৈ যোৱা পথৰ কদৰ্যময় অৱস্থাই নৰক যন্ত্ৰণাত ভুগিছে শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ।উপায়বিহীন বিদ্যালয়ৰ পাঠদান এৰি লোকনিৰ্মান বিভাগৰ বিধ্বস্ত পথ মেৰামতিৰ দাবীত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ।বিধায়িকা নন্দিতা দাসৰ লগতে সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গানেৰে সোচ্ছাৰ হয় বিদ্যালয়ৰ এইসকল ছাত্ৰ-ছাত্ৰী।

প্ৰশ্ন হয় ,এই উত্তাল প্ৰতিবাদী চিঞৰে গা লৰাবনে সংশ্লিষ্ট বিভাগ কিম্বা বিধায়িকা গৰাকীৰ ?

Leave A Reply