Breaking

তামিলনাডুত ধাৰাসাৰ বৰষুণৰ বাবে ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা…

0 29

তামিলনাডুত ধাৰাসাৰ বৰষুণ। ১৮ ডিচেম্বৰত ৪খনকৈ জিলাত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা।

প্ৰতিকূল পৰিস্থিতিৰ বাবে জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯ ডিচেম্বৰতো ৰাজ্যখনৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

Leave A Reply