Breaking

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ৫ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…

0 17

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ, দৰং-ওদালগুৰিত ভোটগ্ৰহণ। ৭৭ লাখ ২৬ হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ৬১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

৯,১৩৩টা ভোটকেন্দ্ৰত সম্পন্ন হ’ব ভোটগ্ৰহণ।

Leave A Reply