Breaking

‘সেন্দুৰ’ লোৱাটো বিৱাহিত মহিলাৰ ধৰ্মীয় কৰ্তব্যঃ ইন্দোৰ ন্যায়ালয়…

0 16

‘সেন্দুৰ’ লোৱাটো বিৱাহিত মহিলাৰ ধৰ্মীয় কৰ্তব্যঃ ইন্দোৰ ন্যায়ালয়। বিবাহ বিচ্ছেদ বিচৰা পত্নীৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ ভিত্তিত এই ৰায় ন্যায়ালয়ৰ। ইন্দোৰৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছিল এগৰাকী মহিলাই। মহিলাগৰাকীয়ে ধনৰ বাবে স্বামীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

এই গোচৰৰ শুনানিৰ সময়ত কোৱা হৈছিল যে যেতিয়া মহিলাগৰাকীৰ বক্তব্য আদালতত যেতিয়া লিপিবদ্ধ কৰা হৈছিল, তেতিয়া তেওঁ কৈচিল যে তেওঁ সেন্দুৰ নলয়, সেন্দুৰ লোৱাটো এগৰাকী পত্নীৰ ধৰ্মীয় কৰ্তব্য আৰু ইয়াৰ দ্বাৰা মহিলাগৰাকী বিবাহিত হোৱাটো প্ৰমাণিত হয়।

Leave A Reply