Breaking

কোকৰাঝাৰৰ বিধানপল্লীত চাঞ্চল্যকৰ ঘটনা !অকলশৰীয়া দম্পতীক দুৰ্বৃত্তৰ আক্ৰমণ…

0 52

কোকৰাঝাৰৰ বিধানপল্লীত চাঞ্চল্যকৰ ঘটনা।এটা অকলশৰীয়া দম্পতীক দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰে আক্ৰমণ।

দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীৰ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নী মধুমিতা বেনাৰ্জীৰ অৱস্থা সংকটজনক।

আজি পুৱাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত এখন দা।

Leave A Reply