Breaking

সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…

0 25

♦️সাপটগ্ৰামত লংপেনেৰে চীপ লোৱা অৱস্থাত গছৰ ওপৰত ওলমি থকা অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ।

♦️ সাপটগ্ৰামত চাঞ্চলকৰ ঘটনা।
♦️চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।


♦️মৃত ব্যক্তিজন গৌতম চক্ৰৱৰ্তী সাপটগ্ৰাম ৮ নং ওৱাডৰ বাসিন্দা আছিল ।
♦️ ঘটনাস্থলীত উপস্থিত সাপটগ্ৰাম আৰক্ষী ।
♦️ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালৈ প্ৰেৰণ ।


♦️ ৰহস্যৰ আৱৰ্তত এয়া হত্যা নে আত্মহত্যাৰ ঘটনা ।
♦️ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।

Leave A Reply