Breaking

জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে…

0 29

জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে।


থানাত হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী।


যোৰহাট আৰক্ষীয়ে বৰাৰ বিৰুদ্ধে জামিনবিহীন ২টা তথা সৰ্বমুঠ ৮টা ধাৰাৰ গোচৰ ৰুজু বৰাৰ বিৰুদ্ধে।


সেই অনুসৰি দুপৰীয়া ১১-০০ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক থানাত হাজিৰ হ’বলৈ জাননী।


আইনৰ নিৰ্দেশমৰ্মে ভূপেন বৰা হাজিৰ হ’ব লাগিব।


ভাৰত জোড়ো ন্যায় যাত্ৰাত আইন ভংগ কৰাৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভপতিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু।


জামিনবিহীনসহ কেইবাটাও গোচৰ ৰুজু ভূপেন বৰাৰ বিৰুদ্ধে।

Leave A Reply