Breaking

মাইবঙত সদৌ অসম ডিমাচা ছাত্ৰ সন্থা আৰু ডিমাহাচাও ৰাইজৰ উদ্যোগত শ্বহীদ ভৱন মুকলি …

0 59

২০১৮ চনৰ ২৫ জানুৱাৰী তাৰিখে অসমৰ ভূমি ৰক্ষা বিষয়ত আন্দোলন কৰিবলৈ গৈ পুলিচৰ গুলীত ডিমাহাচাও জিলাৰ মৃত্যঞ্জয় আৰু প্ৰকাণ্ড নামৰ দুজন যুৱক শ্বহীদ হোৱাত ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল আৰু এই দুজন শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ আজি মাইবঙত সদৌ অসম ডিমাচা ছাত্ৰ সন্থা আৰু ডিমাহাচাও ৰাইজৰ উদ্যোগত দুয়ো শ্বহীদৰ নামত এটি শ্বহীদ ভৱন মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থা উপদেষ্টা সমুজ্জল ভটাচাৰ্য্য আৰু ডিমাচা ছাত্ৰ সন্থা সভাপতি নৱীন জহৰিয়ে

প্ৰসংগ:

1-চৰকাৰে চৰকাৰী বিদ্যালয় সমূহ প্ৰাদেশীকৰন নকৰা তথা গনিত আৰু বিজ্ঞান পাঠ্যপুথি ইংৰাজী মাধ্যম কৰা
2-অসম চৰকাৰৰ ব্যৰ্থতা বাবে অসমত জেহাদী ; অলকয়দা তথা মৌলবাদী সোমাবলৈ সুযোগ পাইছে
2: সীমান্ত অতিক্ৰম কৰি পাকিস্তানি প্ৰৱেশ কৰিলে লোহাৰৰ গুলী আৰু অসমৰ সীমান্তত বাংলাদেশী সোমালে ৰবৰৰ গুলী চালনা কৰে . দুয়োখন দেশৰ মাজত পাৰ্থক্য কিয়

Leave A Reply