Breaking

নলবাৰী চহৰৰ পৰা স্থানান্তৰ হব নলবাৰীৰ প্ৰাণকেন্দ্ৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়…

0 251

ৰাজ্যৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি দক্ষিণ গাওঁত স্থানান্তৰ হৈ নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালত সংযুক্ত হব ওলাইছে চিকিৎসালয়খন ।

বিভিন্ন দল-সংগঠনৰ ক্ষোভৰ লগতে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত।

নলবাৰী আছু,এ জে ৱাই চি পি সহ বিভিন্ন দল-সংগঠনৰ হাস্পতাল স্থানান্তৰ নকৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।

বিভিন্ন দাবী উত্থাপনৰ লগতে চিকিৎসালয় খন স্থানান্তৰ কৰা সিদ্ধান্ত বাতিল নকৰিলে সৰ্বস্তৰৰ ৰাইজক লগত গণতান্ত্ৰিক ভাৱে বলিষ্ঠ কন্ঠৰে চৰকাৰক দাবী উত্থাপনৰ হুংকাৰ আছু নেতাৰ ।

Leave A Reply