Breaking

৫০০ টকাৰ বিনিময়ত প্ৰাক্তন প্ৰেমিকাৰ সৈতে গোপন ফটো ভাইৰেল শ্বাহিদ কাপুৰৰ…

0 80

৫০০ টকাৰ বিনিময়ত শ্বাহিদ কাপুৰৰ প্ৰাক্তন প্ৰেমিকাৰ সৈতে লিপলক ফটো ফাদিল হ’ল! বহু বছৰৰ পিছত প্ৰাক্তন প্ৰেমিকাৰ সৈতে লিপলকৰ ফটো ফাদিল হোৱাত নিজৰ মৌনতা ভংগ কৰিছে শ্বাহিদ কাপুৰে। শ্বাহিদ কাপুৰে ফটোসমূহ ফাদিল হোৱাৰ সময়ত কৈছিল যে মই ধ্বংস হৈ গলোঁ!

শেহতীয়াকৈ শ্বাহিদ কাপুৰে ইনষ্টাগ্ৰামত মিড-ডে’ক সাক্ষাৎকা কৰিছে। য’ত শ্বাহিদ কাপুৰে লিপলকৰ বিতৰ্কৰ সন্দৰ্ভত ক’লে- ‘মই সেই সময়ত ভাগি হৈ পৰিছিলোঁ।’ তেতিয়া মই মাত্ৰ ২৪ বছৰীয়া শিশু আছিলো আৰু মই অনুভৱ কৰিছিলো যে মোৰ গোপনীয়তা উলংঘা হৈছে আৰু মই একোৱে কৰিব পৰা নাছিল।

তেতিয়া শ্বাহিদে কৰীনা কাপুৰৰ লগত ডেটিং কৰিছিল! মনোৰঞ্জনৰ বাতৰি অনুসৰি শ্বাহিদ কাপুৰে সেই সময়ত কৰীনা কাপুৰৰ লগত ডেটিং কৰিছিল। যেতিয়া তেওঁলোকৰ লিপলক ফটো লিক হ’ল তেতিয়া কৰীনা কাপুৰ আৰু শ্বাহিদ কাপুৰৰ সম্পৰ্কৰো যথেষ্ট জনপ্ৰিয়তা হয়। কিন্তু ২০০৭ চনত তেওঁলোকৰ সম্পৰ্ক বিচ্ছেদ হয়। কৰীনা কাপুৰে ছৈফ আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বিপৰীতে শ্বাহিদ কাপুৰে মীৰা ৰাজপুতক জীৱন সংগী হিচাপে বাছি লয়।

Leave A Reply