Breaking

বৃদ্ধি কৰা হৈছে শ্বামীৰ নিৰাপত্তা, শ্বামীৰ সৈতে ফটো তুলিবলৈ অজস্ৰ লোক…

0 38

নিৰাপত্তা বৃদ্ধি কৰা হৈছে মহম্মদ শ্বামীৰ।

শ্বামীৰ সৈতে ফটো তুলিবলৈ ভীৰ লাগিছে।

ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীৰ জনপ্ৰিয়তাৰ পিছতেই বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

উত্তৰ প্ৰদেশৰ ছামীৰ ফাৰ্ম হাউচত অনুৰাগীৰ ভিৰ হোৱা দেখিবলৈ পোৱা গ’ল।

ফার্ম হাউচৰ প্ৰৱেশদ্বাৰত পুৱাৰে পৰা গধূলিলৈকে শ্বামীক লগ পোৱাৰ অপেক্ষাত ৰৈ থাকিল বহু অনুৰাগী।

তাৰ পিছতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

Leave A Reply