February 11, 2022 শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান Share FacebookTwitterWhatsAppTelegramKooEmail শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই। কিছুদিন অসুস্থ হৈ আছিল শৰ্মা। দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ। শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ। জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। Author: দৈনন্দিন বাৰ্তা Related Articles বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026