Breaking

বগৰীবাৰীৰত শাৰদীয় দুৰ্গাৎসৱ পালনে কঢ়িয়াই আনিলে শান্তিৰ বতৰা

0 552

বগৰিবাৰী- মহামায়াৰ বিভিন্ন ঠাইত দূৰ্গা মহোৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। অঞ্চলটোত প্ৰায় একুৰো অধিক মণ্ডবত দূৰ্গা-দেৱীৰ পূজাঁ অৰ্চনা চলি আছে । উল্লেখ্য যে, বিশ্বৰ অদ্বিতীয়, মহামায়া ধাম, বগৰীবাৰী বাৰৱাৰী, বন্দেৰাম কালী মন্দিৰ আটানী ছাতা গুৰি, খোৰাঘাট আদি বিভিন্ন অনুষ্ঠানতো দূৰ্গা পূজাঁ ব্যপক হাৰে পূজাৰ প্ৰচলনে ভক্ত প্ৰান লোকৰ আগমন সমাগমৰ পৰিলক্ষিত হৈছে।

প্ৰতি বছৰৰ দৰে এই বাৰও প্ৰায় নব্বৈ বছৰ ধৰি অনুষ্ঠিত হৈ অহা আটানী বাৰৱাৰী দূৰ্গাপূজাত সেৱা প্ৰদান কৰি অহা প্ৰয়াত আব্দুছ ছোবাহান মোল্লাৰ স্মৰণাৰ্থে শ্ৰদ্বাঞ্জলী জনাই পূজাঁ সমিতিয়ে ।

Leave A Reply