February 28, 2021 জাহাজ হ’ব অসম জাতীয় পৰিষদৰ প্ৰতীক Share FacebookTwitterWhatsAppTelegramKooEmail অসম জাতীয় পৰিষদৰ প্ৰতীক জাহাজ। নিৰ্বাচন আয়োগত পঞ্জীয়ন হ’ল AJP দল ৷ পঞ্জীয়ন নম্বৰ হ’ল- ৫৬/১৬১/২০২০-২১/PPS/1 ২৫ ফেব্ৰুৱাৰীৰ পৰা পঞ্জীয়নভুক্ত হ’ল অসম জাতীয় পৰিষদ। সংবাদমেলত প্ৰতীক মুকলি কৰিলে সভাপতি লুৰীণজ্যোতি গগৈয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূত কেঈচি অ’নোৰ ফোন, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীক… দৈনন্দিন বাৰ্তা - June 26, 2026 অৰুণাচলত নিপকোৰ প্ৰকল্পত ভয়াৱহ পৰিস্থিতিঃ ১৫টাতকৈয়ো অধিক ঘৰ ধ্বংস, অসমলৈয়ো অশনি সংকেত দৈনন্দিন বাৰ্তা - June 26, 2026 ভেনিজুৱেলাত মৃত্যুৰ বিভীষিকাঃ তাচপাতৰ দৰে খহি পৰে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা দৈনন্দিন বাৰ্তা - June 26, 2026