Breaking

আৱেগিক হৈ পৰিল শিৱৰাজ সিং, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰি কান্দিলে একাংশ মহিলাই…

0 77

চি এম হাউচত আৱেগিক হৈ পৰিল শিৱৰাজ সিং, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰি কান্দিলে একাংশ মহিলাই।

শিৱৰাজ সিং চৌহানৰ এটা ভিডিঅ’ভাইৰেল। যিটো ভিডিঅ’বৰ্তমান টুইটাৰত ট্ৰেণ্ডিঙত আছে।


ভিডিঅ’টোত শিৱৰাজ সিং চৌহানৰ সন্মুখত একাংশ মহিলাই জোৰেৰে কান্দিছে।


প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰাৰ পিছত আৱেগিক হৈ পৰে মহিলাসকল।


ভিডিঅ’টোত মহিলাসকলে কয় যে আমি আপোনাক ভোট দিছিলো।

Leave A Reply