Breaking

মাৰ্ঘেৰিটাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…

0 65

মাৰ্ঘেৰিটাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই তেলখাট বস্তিত ৰবীন ঠাকুৰী নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ।

অৰুণাচলত কৰ্মৰত আছিল ৰবীন ঠাকুৰী।

দীপাৱলীত ঘৰলৈ আহিছিল মৃত ৰবীন ঠাকুৰী।

আজি ৰাতিপুৱাই ৰহস্যজনকভাৱে ঘৰৰ সমীপৰ নানু তাঁ‌তি নামৰ ব্যক্তিজনৰ ঘৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।

মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

মৃতদেহ উদ্ধাৰ হোৱা নানু তাঁ‌তিৰ ঘৰত খালী চিৰিঞ্জ লাভ কৰে আৰক্ষী।

মাৰ্ঘেৰিটা আৰক্ষীয়ে নানু তাঁ‌তিক সোধাপোচাৰ বাবে আটক কৰিছে।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।

মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা ৰিৰ্পট

Leave A Reply