Breaking

খেলৰ দুদিনৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমান গীল। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বিশ্বকাপৰ প্ৰথমখন মেচত ভাগ নল’ব…

0 170

৮ অক্টোবৰত চেন্নাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ প্ৰথমখন মেচ।

ডেংগুত আক্ৰান্ত হয় ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শুভমান গীল।

গীলৰ ডেংগু পজিটিভ পোৱা গৈছে আৰু সেয়েহে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত অংশগ্ৰহণ নকৰাৰ সম্ভাৱনা।

আইচিচি বিশ্বকাপৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে ৫বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ব্যাপক চিন্তাৰ সন্মুখীন হ’বলগীয়া হৈছে।

কাৰণ ইন ফৰ্ম অ’পেনাৰ শুবমান গিলৰ ডেংগু পজিটিভ পোৱা গৈছে।

এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখন খেলিব নোৱাৰাৰ সম্ভাৱনা বেছি।

Leave A Reply