Breaking

ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ! পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল…

0 86

বিশ্বকাপ ক্ৰিকেটৰ মাজতেই টীম ইণ্ডিয়াৰ বাবে ভাল খবৰ ৷

ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ৷ পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল ৷

৮৩০ ৰেংকিং পইণ্টেৰে শীৰ্ষস্থানত টীম ইণ্ডিয়াৰ অপেনাৰজন৷

Leave A Reply