October 23, 2023 এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ… Share FacebookTwitterWhatsAppTelegramKooEmail এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ৷ হাছিম আমলাৰ ৰেকৰ্ড ভংগ কৰি অভিলেখ গিলৰ ৷ দ্ৰুততম ২ হাজাৰ ৰান সংগ্ৰহ কৰা বেটাৰ শুভমন গিল ৷ ৩৮টা ইনিংছত ২ হাজাৰ ৰান সংগ্ৰহ শুভমন গিলৰ৷ হাছিম আমলাই ৪০টা ইনিংছত সংগ্ৰহ কৰিছিল ২ হাজাৰ ৰান৷ Author: দৈনন্দিন বাৰ্তা Related Articles মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha দৈনন্দিন বাৰ্তা - May 24, 2026 কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি দৈনন্দিন বাৰ্তা - May 24, 2026 বিনেশ ফ’গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে দৈনন্দিন বাৰ্তা - May 22, 2026