Breaking

ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে বেটিঙৰ সময়ত খেলৰ পৰা বাহিৰ শুভমন গিল…

0 138

ছেমি ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে বেটিঙৰ সময়ত ৰিটায়াৰ্ড হাৰ্ট শুভমন গিল ।

আঘাতৰ বাবে সাময়িকভাৱে খেলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অপেনাৰজন।

শুভমনৰ সলনি বেটিং কৰে শ্ৰেয়াছ আয়াৰে। ৬৫টা বলত ৭৯ ৰান সংগ্ৰহ শুভমন গীলৰ।

Leave A Reply