৩০ এপ্ৰিলত দিব শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান।
ফাষ্টট্ৰেক আদালতত দুদিনীয়াকৈ সম্পন্ন হয় শুনানি।
দুদিনৰ শুনানিৰ অন্তত ৩০ এপ্ৰিললৈ সংৰক্ষিত ৰায়।
শ্যামকানু মহন্তৰ জব্দকৃত সামগ্ৰী মোকলাই দিবলৈও আৱেদন।
আদালতত এই আৱেদন শ্যামকানুৰ অধিবক্তাৰ।
৩০ এপ্রিলতে এই আৱেদনৰো ৰায় দিব আদালতে।
আনহাতে আজি আদালতত পুনৰ শপতনামা দাখিল সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ।
বুধবাৰে ভুল শপতনামা দাখিলৰ বাবে হোৱা নাছিল শুনানি।
শুকুৰবাৰে অনুষ্ঠিত হ’ব সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি।

