Shyamontika Sharma:পৰিচালক মানস বৰুৱাৰ সৈতে বিৱাহপাশত আবদ্ধ অভিনেত্ৰী শ্যামন্তিকা শৰ্মা

বিৱাহপাশত আবদ্ধ হ’ল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু পৰিচালক মানস বৰুৱা৷ (Shyamontika Sharma)

গোলাঘাটৰ বৰগছ ৰিজৰ্টত অনুষ্ঠিত হৈছে বিৱাহৰ অনুষ্ঠান৷

জানমণি হিচাপে পৰিচিত শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান অনুষ্ঠিত হয় মংগলবাৰে।

অভিনেত্ৰীগৰাকীৰ মেহেন্দী অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী তাৰকা লগতে অভিনেত্ৰী জেৰিফা ৱাহিদ উপস্থিত থাকে।

চিনেমা পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক জনাইছে শুভেচ্ছা আৰু শুভকামনা।

Related Articles