Breaking

ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত SI ইবো তম্বি সিনহা…

0 37

ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত SI ইবো তম্বি সিনহা

পাঁচ হেজাৰ টকা উৎকোচ বিচাৰি হাত দাঙিলে ৰঙিয়া থানাৰ SI য়ে

আৰক্ষীয়ে আৰক্ষীৰ সাক্ষী দিয়াৰ বাবে অহা যোৱা খৰচৰ বাবদ বিচাৰিছিল উৎকোচ

সাত জনীয়া দুৰ্নীতি নিবৰক শাখাৰ এটি দলে হাতে লুটে ধৰিলে আৰক্ষী বিষয়া গৰাকীক

উপ পৰিদৰ্শক জনৰ দুবছৰৰ আছিল চাকৰি কাল

উপ পৰিদৰ্শক জনৰ ঘৰ শিলচৰত

সম্প্ৰতি ৰঙিয়া থানাৰ ভিতৰৰ জেৰা অব্যাহত ৰাখিছে SI গৰাকীক

Leave A Reply