Breaking

অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

0 102

অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক। বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে ।

সামাজিক মাধ্যমত এই খৱৰ বিয়পি পৰিছে । আনুৰাগীৰ মাজত চলিছে চৰ্চা ।