July 20, 2022 অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ Share FacebookXWhatsAppTelegramKooEmail অসুস্থ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন গাৰ্গক। বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে । সামাজিক মাধ্যমত এই খৱৰ বিয়পি পৰিছে । আনুৰাগীৰ মাজত চলিছে চৰ্চা । Author: দৈনন্দিন বাৰ্তা Related Articles গুৰু-মংগলৰ যোগঃ ৩টা ৰাশিৰ যথেষ্ট বৃদ্ধি পাব বেংক বেলেন্স! দৈনন্দিন বাৰ্তা - October 23, 2026 প্ৰবল ভূমিকম্পই জোকাৰি গ’ল তিব্বতক দৈনন্দিন বাৰ্তা - October 23, 2026 দুৰ্গাপূজাৰ সময়ছোৱাত গুৱাহাটীত এইবাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা দৈনন্দিন বাৰ্তা - October 22, 2026