Breaking

সিদ্দাৰামাইয়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি…

0 50

সিদ্দাৰামাইয়াক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কংগ্ৰেছে ১৩৫খন আসনেৰে ৰাজ্যিক নিৰ্বাচনত জয়লাভ কৰাৰ কিছুদিন পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে সিদ্দাৰামাইয়াএ।

কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

Leave A Reply