Breaking

শাৰদীয় দুৰ্গোৎসৱৰ আজি মহা সপ্তমীৰ দিনটোৰ তাৎপৰ্য…

0 124


আজি নৱৰাত্ৰীৰ সপ্তমটো দিন ।

নৱদূৰ্গাৰ আজিৰ দিনটোত দূৰ্গাৰ “কালৰাত্ৰী” ৰ স্বৰূপৰ আৰাধনা কৰা হয়।


দেৱী কালৰাত্ৰী দেখাত অত্যন্ত ভয়ংকৰী।


কালনাশিনী মা কালৰাত্ৰীৰ আৰাধনা অতি শুভফল প্ৰদানকাৰী সেয়ে মাৰ আন এটা নাম – শুভংকাৰী।

দুষ্ট দানৱ, ভূতপ্ৰেত, অসুৰ, অশুভ শক্তি মাৰ স্মৰণ মাত্ৰই দূৰ হয় বুলি বিশ্বাস।

Leave A Reply