October 7, 2023 শিলচৰৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৪৩ হাজাৰ য়াবা টেবলেট… Share FacebookTwitterWhatsAppTelegramKooEmail শিলচৰৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷ দুটাকৈ স্থানত পৃথকে পৃথকে অভিযান চলাই জব্দ ৪৩ হাজাৰ য়াবা টেবলেট৷ আৰক্ষীয়ে আটক কৰে ৫ ড্ৰাগছ সৰবৰাহকাৰীক৷ কাটিগড়া কালাইনৰ মাছুকউদ্দিন নামৰ লোকজনৰ ঘৰত অভিযান৷ Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026