Breaking

কলকাতাত কণ্ঠশিল্পী অৰিজিত সিঙৰ কনচাৰ্ট বাতিল…

0 65

কলকাতাত কণ্ঠশিল্পী অৰিজিত সিঙৰ কনচাৰ্ট বাতিল। বিজেপিয়ে এই বিষয়ত ৰাজনৈতিক ৰং দিছে। বিজেপি নেতা অমিত মালভিয়াই কয় ‘অৰিজিতে কলকাতা চলচ্চিত্ৰ মহোৎসৱত মমতা বেনাৰ্জীৰ সন্মুখত ৰং দে তু মহে গেৰুৱা গীত গাইছিল, গতিকে তেওঁৰ কনচাৰ্ট বাতিল কৰা হৈছিল। ‘অৱশ্যে পশ্চিম বংগৰ মন্ত্ৰী ফিৰহাদ হাকিমে কয়, “সিংহৰ কনচাৰ্টৰ অনুমতি নাছিল কাৰণ একে সময়তে জি-২০ৰ অনুষ্ঠান থাকে। “অৰিজিতৰ কনচাৰ্ট ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল।

Leave A Reply