অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালে কণ্ঠশিল্পী পাপনে…

আজি পহিলা ব’হাগ, আজি মানুহ বিহু। সকলোৱে হেঁপাহেৰে পালন কৰিছে আদৰৰ ৰঙালী বিহু।

কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তইও অসমবাসীক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে শৰীৰত মা-হালধি লগাই ফটো ৷

দ্বিতীয়খন ফটোত দেখা গৈছে কণ্ঠশিল্পীগৰাকীক ডিঙিত গামোচা লৈ থকা।

Related Articles