Breaking

UPSC পৰীক্ষাত উজ্বলিল অসমৰ ৬ গৰাকী সন্তান…

0 42

UPSC পৰীক্ষাত উজ্বলিল অসমৰ ৬ গৰাকী সন্তান।

অভিজ্ঞান হাজৰিকা (১৭২ নং স্থান)
ৰিকি লহকৰ প্ৰধান (২৩০ নং স্থান)
ঋতুৰাজ শৰ্মা (৪৬২ নং স্থান)
ঈশ্বৰী ডেকা (৩২০ নং স্থান)
ভাস্কতা শইকীয়া (৫৫২ নং স্থান)
কল্লুল হাজৰিকা (৯৯২ নং স্থান)

এই ৬ অসম সন্তানে UPSC পৰীক্ষাত অসমৰ নাম জিলিকালে।

Leave A Reply