November 13, 2023 হায়দৰাবাদৰ এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail হায়দৰাবাদৰ নামপল্লীত শোকাৱহ ঘটনা। এটা গুদামত সংঘটিত অগ্নিকাণ্ডত ৬জনৰ মৃত্যু। বজাৰঘাটৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত আছিল গুদামটো। বাহনকে ধৰি অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026