Breaking

গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…

0 48

আমি ৰাতি ৭ৰ পৰা ৮ ঘণ্টা টোপনি যোৱা উচিত, কাৰণ ইয়াৰ ফলত শৰীৰৰ কাৰ্য্যকলাপ সঠিকভাৱে কাম কৰাত সহায় কৰে। যদি টোপনিৰ অভাৱ হয় তেন্তে অলসতা আৰু বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সাধাৰণতে আমি সকাহৰ বাবে গাৰু ব্যৱহাৰ কৰো, কিন্তু এই সকাহ দীৰ্ঘম্যাদীভাৱেও সমস্যাত পৰিণত হ’ব পাৰে।


গাৰু এৰি শোৱাৰ আছে বহু উপকাৰিতা-

১/ টোপনি উন্নত কৰে

২) পিঠি আৰু ডিঙিৰ বিষ কমায়

৩/ এলাৰ্জী কমায়

৪/ মানসিক চাপ কমিব পাৰে

যদি গাৰু ল’বলৈ মন যায় তেন্তে এটা পাতল গাৰু ৰাখিব যাতে বেছি ওখ নহয়। কিছুমান মানুহে অতি ওখ গাৰু ব্যৱহাৰ কৰে, দীৰ্ঘদিন ধৰি তেনে গাৰু ব্যৱহাৰ কৰিলে ডিঙি আৰু মেৰুদণ্ডৰ বিষ হ’ব পাৰে।

Leave A Reply