Breaking

পাগলাহাট আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ…

0 24

পাগলাহাট আৰক্ষীৰ অভিযানত চোৰাং গৰু জব্দ । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাকো ভয় ন কৰে একাংশ গো সৰবৰাহকাৰীয়ে ।ৰাতিপুৱা পাগলাহাট আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চাৰিটাকৈ চোৰাং গৰু আৰু এখন ব্লৰো পিকাপ ভেন As17 C

4633 আৰু এখন চাৰিচকীয়া বাহন As 26D 9345 বাহনৰ লগত তিনিজন মানুহ আটক কৰিবলৈ সক্ষম হয় ।
ক্ৰমে মহিবুল হক ঘৰ গোলকগঞ্জ আৰু আছমত আলী ঘৰ পানবাৰী আৰু আলাউদ্দিন সেখ ঘৰ জ্বালানি আলগা বুলি জানিৱ পৰা গৈছে।

ৰাইজে অসম চৰকাৰক দাবী উত্থাপন কৰে এই তিনিজনৰ উপৰত কঠোৰৰ পৰা কঠোৰতম সাস্তি বিচাৰে।

Leave A Reply