November 26, 2023 যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাট আৰক্ষীৰ জালত চোৰাং গো-ধনসহ সৰবৰাহকাৰী। এখন ১৪ চকীয়া ট্ৰাকত সৰবৰাহ কৰা হৈছিল ৩০টাকৈ গো-ধন। আটক ছাদ্দাম হুছেইন, আশিস আহমেদ নামৰ ২ সৰবৰাহকাৰী। যোৰাবাট আৰক্ষীয়ে জব্দ কৰিছে গোভৰ্তি বাহনখন। Author: দৈনন্দিন বাৰ্তা Related Articles Guwahati Crime News :হেঙেৰাবাৰীত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা, ছুৰিকাঘাতত মৃত্যু এজনৰ দৈনন্দিন বাৰ্তা - July 17, 2025 Archita Phukan: অৰ্চিতাৰ ভুৱা ফটো, ভিডিঅ’ আপলোড কৰি ১০ লাখ টকা সংগ্ৰহ প্ৰাক্তন প্ৰেমিকৰ দৈনন্দিন বাৰ্তা - July 13, 2025 Archita Phukan: নীলা ছবিৰ নায়িকা নহয়ঃ ডিব্ৰুগড়ৰৰ এগৰাকী বোৱাৰীহে অৰ্চিতা ফুকন দৈনন্দিন বাৰ্তা - July 13, 2025