May 18, 2020 শিলঘাটত সাপ উদ্ধাৰ Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোতে কলিয়াবৰত উদ্ধাৰ হ’ল এটা ইণ্ডিয়ান ৰেট স্নেক। কলিয়াবৰৰ শিলঘাটৰ দিলীপ শইকীয়াৰ বাৰীত উদ্ধাৰ হয় সাপটো। সাপটো স্থানীয় প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰি এৰি দিয়া হয় কামাখ্যা সংৰক্ষিত বনাঞ্চলত। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026